http://as-in.facebookwkhpilnemxj7asaniu7vnjjbiltxjqhye3mhbshg7kx5tfyd.onion/business/help/2347002662267537?helpref=uf_permalink
বাণিজ্যৰ যোগ্যতাৰ আৱশ্যকতা এটা ব্যৱসায় হিচাপে Facebook আৰু Instagram-ত বিক্ৰী কৰাৰ বাবে আপোনাৰ Facebook একাউণ্ট আৰু পৃষ্ঠা বা আপোনাৰ Instagram-ৰ পেছাদাৰী একাউণ্টে তলত দিয়া আৱশ্যকতাসমূহ পূৰ কৰিবই লাগিব: 1. আমাৰ নীতিসমূহ মানি চলা আপোনাৰ Facebook একাউণ্ট আৰু পৃষ্ঠাই Meta-ৰ সেৱাৰ চৰ্তাৱলী , বাণিজ্যিক চৰ্তাৱলী আৰু সামূহিক মান্যতা মানি চলিবই লাগিব আৰু আপোনাৰ Instagram-ৰ পেছাদাৰী একাউণ্টে Instagram-ৰ ব্যৱহাৰৰ চৰ্তাৱলী আৰু Meta-ৰ সামূহিক মান্যতাসমূহ মানি চলিবই লাগিব।